पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से শুকান शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

শুকান   বিশেষণ

अर्थ : যʼত ৰস নাই

उदाहरण : শুকান ফল নিৰস

पर्यायवाची : নিৰস, ৰসহীন

अर्थ : যʼৰ পৰা জীৱনী শক্তিৰ সূচনাকাৰী হৰিৎ ৰং বাহিৰ হৈ গৈছে

उदाहरण : শুকান গছজোপা আধাতে মৰি গʼল

अर्थ : যি বহুত ্দুর্বল আৰু ক্ষীণ

उदाहरण : তেওঁ ্বেমাৰৰ কাৰণে ক্ষীণকায় হৈ গৈছে

पर्यायवाची : অস্থি্চর্ম্্সাৰ, কংকালসাৰ, কঙ্কালসাৰ, কিৰকিৰীয়া, কৃশ, ক্ষীণকায়, খিচিৰা, খীণ-মীন, চঁ্ছালি ওলোৱা, চিঁয়া মৰা, চেৰেলা, চেৰেলা-চেপেটা, জঁ্কাভাৰী, টেটেৰা, টোটোৰা পৰা, নলীয়া, মৰ চেৰেলা, মৰকুচিয়া, মৰা মুগা যেন, মৰা-মূছা, লেৰেলা, লেৰেলা-চেৰেলা, লেৰেলা-ঠেৰেলা, লেৰেলী-ঠেৰেলী (স্ত্রী), শুকান-উবান, শোটোৰা পৰা, সোপোৰা, হাড় ছাল, হাড়-খৰাহি, হাড়ত খোৱা

अर्थ : তিতি বা ভিজি নথকা:শুকান বতৰত ছাল শুকাই যায়

उदाहरण :

पर्यायवाची : শুষ্ক

अर्थ : তেল, ঘিঁউ আদি তেলীয়া বস্ত নথকা বা নিমিহলোৱা বস্তু

उदाहरण : খেতিয়কজনে প্রসন্নতাৰে শুকান ৰুটি আৰু চাটনি খাই আছে

पर्यायवाची : ৰুক্ষ

चौपाल