पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से শুকোৱা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

শুকোৱা   ক্ৰিয়া

अर्थ : জুইৰ ওপৰত বহুৱাই ভাপ আদিৰ ৰূপত পৰিণত কৰা

उदाहरण : ৰজনীয়ে আঞ্জাখন ডাঠ কাৰণে কেৰাহীৰ পানীখিনি শুকোৱালে

पर्यायवाची : বাষ্পীভূত কৰা

अर्थ : আদ্রতা দূৰ কৰা

उदाहरण : অমচুৰ বনাবলৈ কেঁ্চা আম শুকুৱাই লোৱা হয়

अर्थ : সজীৱতা বা সতেজতা ভাব নথকা

उदाहरण : অত্যধিক গৰমৰ কাৰণে সৰু-সৰু গছবোৰ শুকাইছে

अर्थ : পানী, আদ্রতা আদি নথকা বা কমকৈ থকা

उदाहरण : অত্যধিক গৰমৰ কাৰণে সৰু সৰু পুখুৰীবোৰ শুকাই গৈছে

पर्यायवाची : শুকাই যোৱা

चौपाल