पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से শুল্ক शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

শুল্ক   বিশেষ্য

अर्थ : কোনো ব্যক্তিৰ কামৰ পৰা বা সম্পত্তি, ব্যাপাৰ আদিৰ পৰা কোনো অধিকাৰীয়ে নিজৰ কাৰণে লোৱা নিয়ত ধন

उदाहरण : মোগল যুগত শাসক আৰু সামন্তই ভাৰতীয় জনসাধাৰণৰ পৰা বিভিন্ন ধৰণৰ কৰ আদায় কৰিছিল

पर्यायवाची : কটল, কাটল, কৰ, কৰ-কাটল, খাজনা, টেক্স

अर्थ : আনৰ কোনো বস্তু অনাৰ পৰিৱর্তে ্তাৰ মালিকক দিবলগীয়া হোৱা দাম বা মূল্য

उदाहरण : তেওঁ এই ঘৰটোৰ এহেজাৰ টকা ভাড়া লয়

पर्यायवाची : ভাড়া, ভাৰা, মাচুল

अर्थ : খেতি-বাতিৰ মাটিত লগোৱা কৰ

उदाहरण : জমীদাৰী যুগত খাজনা দিব নোৱাৰা কৃষকৰ খেতি ক্রোক কৰা হৈছিল

पर्यायवाची : কটল, কাটল, কৰ, কৰ-কাটল, খাজনা, খেৰাজ, টেক্স

अर्थ : কোনো কামৰ সলনি লোৱা বা দিয়া ধন

उदाहरण : মাচুল জমা নিদিয়া কাৰণে মনোহৰৰ স্কুলৰ পৰা নাম কটা গʼল

पर्यायवाची : ফিজ, মাচুল

चौपाल