पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से শূন্য शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

শূন্য   বিশেষ্য

अर्थ : খালী বা ৰিক্ত স্থান

उदाहरण : তেওঁ শূন্যত ঘূৰি আছিল

पर्यायवाची : আকাশ

अर्थ : পৃথিৱী আৰু আকাশৰ মাজৰ ঠাই

उदाहरण : যাদুকৰে শূন্যত মোক ৰাখি থʼলে

पर्यायवाची : আলাস, ওপৰ

अर्थ : কোনো সংখ্যাৰ লগত যোগ বা বিয়োগ কৰিলে তাৰ মানৰ পৰি্ৱর্তন ্নোহোৱা গণিতৰ এক বিশেষ সংখ্যা বিশেষ

उदाहरण : এক-ৰ পিছত এটা শূন্য বহুৱালে দহ সংখ্যা পোৱা যায়

अर्थ : মুকলি ঠাইত ওপৰলৈ চালে যি শূন্য মণ্ডল দেখা পোৱা যায়

उदाहरण : আকাশখন কʼলা ডাৱৰে আৱৰি আছে

पर्यायवाची : অন্তৰীক্ষ, অভ্র, অম্বৰ, আকাশ, আসমান, , গগন, নভ, নভঃ, নভস, নীলিমা, ব্যোম

শূন্য   বিশেষণ

अर्थ : ভিতৰত একো নথকা বা যি অপূর্ণ

उदाहरण : ভিক্ষাৰীজনৰ খালী পাত্রটোত পথাচাৰীজনে কেইটামান পইচা দি দিলে

पर्यायवाची : উকা, উদং, খালী, শূন্যগর্ভ, ৰিক্ত

अर्थ : কোনো বস্তু, গুণ আদি নোহোৱা হোৱা বা খালী হৈ যোৱা

उदाहरण : বৰষুণৰ অভাৱত এই পুখুৰীটো পানী শূন্য হʼল

पर्यायवाची : বিহীন, ৰহিত

चौपाल