सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : একপ্রকাৰৰ ডাঙৰ চিকাৰী চৰাই
उदाहरण : শেনটোৱে একে চোঁচাতে নিগনিটো ধৰি লৈ গʼল
पर्यायवाची : ঈগল, ঈগল চৰাই, উকহ, বহৰী, শেন
अर्थ : গোটেই ভাৰততে পোৱা এবিধ বেগী চৰাই
उदाहरण : শেন চৰাই আকাৰত কাউৰীতকৈ সৰু তথা দেহৰ তলৰ ফালে বগা আৰু ওপৰৰ ফালে ছাই বৰণীয়া বা নীলা বৰণীয়া
पर्यायवाची : শেন
इंस्टॉल करें