अर्थ : নাক বা মুখেৰে প্রাণীয়ে বতাহ শৰীৰৰ ভিতৰলৈ সুমুওৱা কার্য
उदाहरण :
শ্বাস আৰু প্রশ্বাস শ্বসন ক্রিয়াৰ এক অবিচ্ছেদ্য অংগ
पर्यायवाची : উশাহ
अर्थ : প্রাণীয়ে নাক বা মুখেৰে শৰীৰৰ ভিতৰলৈ সুমুৱাই নিয়া বতাহ
उदाहरण :
উশাহত অক্সিজেনৰ পৰিমাণ অধিক থাকে
पर्यायवाची : উশাহ