अर्थ : সংগীতৰ কোনো সপ্ততকৰ বাইশ ভাগৰ এটা ভাগ
उदाहरण :
শ্রুতি অবিহনে সংগীত অসম্পূর্ণ
अर्थ : যি ইন্দ্রিয়ৰ সহায়ত শ্্ব্দ শুনা পোৱা যায়
उदाहरण :
গা-ধোওঁতে মোৰ কাণত পানী সোমাল
पर्यायवाची : কর্ণ, কাণ, শ্রোত্র, শ্রৱণ, শ্রৱণেন্দ্রিয়, শ্্ব্দগ্রহ
अर्थ : যিটো কাণ বাগৰি আহিছে
उदाहरण :
মোৰ নিৰক্ষৰ আইতাই আমাক শ্রুতি কথা শুনাইছিল
पर्यायवाची : কিংবদন্তি, জনশ্রুতি, শ্রুতি-কথা