अर्थ : একে শ্রেণীতে পঢ়ি থকা সকলো বিদ্যার্থী
उदाहरण :
এজন ছাত্রৰ কাৰণে গোটেই শ্রেণীটোৱে শাস্তি পালে
पर्यायवाची : ক্লাছ
अर्थ : কোনো কোঠাত উপস্থিত লোক
उदाहरण :
তেওঁৰ ্কথা শুনি সমগ্র কোঠাটোত হাঁহিৰ ৰোল উঠিল
पर्यायवाची : কোঠা