पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ষ্টাম্প शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ষ্টাম্প   বিশেষ্য

अर्थ : আখৰ, চিন, নাম আদি ছাপ দিবলৈ দবাই অংকিত কৰা যতন

उदाहरण : প্রধান শিক্ষকে নিজৰ নামৰ এটা ছীল বনালে

पर्यायवाची : ছীল, ষ্টেম্প

अर्थ : মোহৰ লগালে হোৱা ছাপ বা আকৃতি

उदाहरण : তেওঁ ্কাগজত মৰা ছীলৰ ওপৰত চহী কৰিলে

पर्यायवाची : ছীল, মোহৰ

अर्थ : ক্রিকেট খেলত ব্যৱহাৰ কৰা তিনিডাল খুটিৰ প্রত্যেকটো যাৰ সন্মুখত থিয় হৈ বেটছমেনে বেট ধৰে

उदाहरण : বলাৰৰ প্রথমটো বলতেই তিনিওডাল ষ্টাম্প উফৰি পৰিল

ষ্টাম্প   বিশেষণ

अर्थ : যিহত মোহৰ মৰা হৈছে

उदाहरण : এই চেকখনত মোহৰ মৰা আছে

पर्यायवाची : মোহৰ

चौपाल