सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : নিজৰ ভাৱত বিভোৰ হৈ থকা অথবা সংকোচ, দোষ আদিৰ কাৰণে আনৰ সন্মুখত মূৰ তুলি চাব বা কথা কʼব নোৱাৰা এক অৱস্থা
उदाहरण : লাজৰ কোবতে তেওঁ একো কʼব নোৱাৰিলে
पर्यायवाची : চৰম, লাজ
अर्थ : কোনো কাম কৰাৰ আগতে মনত হোৱা উচপিচ অৱস্থা
उदाहरण : দীপাক এই উপহাৰটো দিবলৈ মোৰ সংকোচ লাগিছে
पर्यायवाची : কুণ্ঠাবোধ
इंस्टॉल करें