पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से সংকৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

সংকৰ   বিশেষ্য

अर्थ : উন্নত জাত সৃষ্টিৰ বাবে বা কোনো নতুন জাতি বা বর্গ উৎপন্ন কৰিবৰ বাবে ভিন ভিন জাতি বা বর্গৰ জন্তু বা উদ্ভিদৰ মাজত সংসর্গ কৰোৱা কার্য

उदाहरण : ঘোঁৰা আৰু গাধৰ সংকৰৰ পৰা খচ্চৰ সৃষ্টি হৈছে

पर्यायवाची : সঙ্কৰ

अर्थ : দুই বা ততোধিক বস্তু মিহলাই প্রস্তুত কৰা বস্তু

उदाहरण : প্রসাদ এবিধ মিশ্রণ

पर्यायवाची : মিশ্রণ, সংমিশ্রণ

সংকৰ   বিশেষণ

अर्थ : সংকৰৰ পৰা উৎপন্ন

उदाहरण : ইয়াত ঘোঁৰা আৰু গায়ৰ উন্নত সংকৰজ জাতিৰ উৎপন্ন কৰা হয়

पर्यायवाची : বর্ণ সংকৰ, সংকৰজ

चौपाल