अर्थ : কাৰোবাৰ পৰিচয়ৰ কাৰণে দিয়া বা বলবৎ কৰা সংখ্যা বা সংখ্যাৰ সমূহ
उदाहरण :
খেলুৱৈ সকলৰ কাৰণে বেলেগ-বেলেগ সংখ্যা নির্ধাৰণ কৰা হৈছে
पर्यायवाची : অংক
अर्थ : কোনো বস্তু আদিৰ পৰিমাপ বা মাত্রা
उदाहरण :
আহতৰ সংখ্যা বহুত বেছি