सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : গায়কৰ লগত বাজনা বজাই বাদ্য বজাই সহায় কৰা কার্য
उदाहरण : বাঁহীবাদক পণ্ডিত চৌৰাচিয়াৰ লগত তবলা সংগত কৰিবৰ কাৰণে জাকিৰ হুচেইন আহিছে
पर्यायवाची : সঙ্গত
अर्थ : যি কোনো কাম কৰিবৰ বাবে সমর্থ
उदाहरण : এই কামটোৰ কাৰণে এজন যোগ্য ব্যক্তিৰ আৱশ্যক চাকৰিটোৰ বাবে উপযুক্ত প্রার্থী নির্বাচিত নহʼল
पर्यायवाची : উচিত, উপযুক্ত, ঠিক, যথাযথ, যথার্থ, যথোচিত, যুগুত, যোগ্য, সমর্থ, সমীচীন, সমুচিত, ্ যথাযোগ্য
अर्थ : কোনো কথা বা কাম শুদ্ধভাৱে কৰা:মন্ত্রীজনে উচিত কথা কোৱাত সাংবাদিকসকল নিশ্চুপ হৈ ৰʼল
उदाहरण :
पर्यायवाची : উচিত, উপযুক্ত, ঠিক, যথাযোগ্য, যথার্থ, যথোচিত, যুগুত, যোগ্য, সমীচীন, সমুচিত, হক, ্ যথাযথ
इंस्टॉल करें