सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : সংকটপূর্ণ ্বা বিপৰীত পৰিস্থিতিৰ পৰা ওলাই আগুৱাই আহিবৰ কাৰণে কৰা প্রয়াস
उदाहरण : বহুতো সময়ত আমি নিজৰ সৈতে নিজে সংঘর্ষ কৰিবলগীয়া হয়
पर्यायवाची : দন্দ্ব, যুদ্ধ
अर्थ : শত্রুতাৰ কাৰণে দুটা ফৈদৰ মাজত অস্ত্র-শস্ত্রৰে কৰা হিংসাত্মক কার্য
उदाहरण : মহাভাৰতৰ যুদ্ধ ওঠৰ দিন ধৰি চলিছিল
पर्यायवाची : যুঁজ, যুঁজ-্বাগৰ, যুদ্ধ, যুদ্ধ-বিগ্রহ, লৰাই, সমৰ, ্সংগ্রাম, ৰণ
इंस्टॉल करें