पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से সংজ্ঞা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

সংজ্ঞা   বিশেষ্য

अर्थ : মন বা বিবেকত থকা কোনো বস্তু আৰু বিষয়ৰ সম্পূর্ণ খবৰ

उदाहरण : কন্যাকুমাৰীত আত্মচিন্তা কৰি থকা সময়ত স্বামী বিবেকান্দৰ আত্মবোধ উপজিছিল

पर्यायवाची : জ্ঞান, বোধ, বোধি, সজ্ঞান

अर्थ : জ্ঞান আৰু বুদ্ধি

उदाहरण : ক্রোধ, উত্তেজনাবশতঃ আমি প্রায়েই আমাৰ চেতনা হেৰুৱাই পেলাওঁ

पर्यायवाची : চেতনা, বিচাৰ-বুদ্ধি

अर्थ : যি শ্্ব্দৰ দ্বাৰা কোনো বস্তু বা ব্যক্তি আদিৰ বোধ জন্মে বা যি শ্্ব্দৰে কাৰোবাক মতা হয়

उदाहरण : আমাৰ আচার্যদেৱৰ নাম শ্রীপুষ্পক ভট্টাচার্য

पर्यायवाची : নাম

अर्थ : কোনো বাস্তৱিক বা কল্পিত বস্তুৰ বোধ জন্মোৱা ব্যাকৰণৰ পৰি্ৱর্তনশীল শ্্ব্দ বিশেষ অথবা কোনো ব্যক্তি, বস্তু আৰু ঠাই আদি সূচোৱা শ্্ব্দ বিশেষ

उदाहरण : তেওঁ বিশেষ্যৰ বিষয়ে অধ্যয়ন কৰি আছে

पर्यायवाची : বিশেষ্য

चौपाल