अर्थ : মিল হোৱা কার্য ্ বা ভাব
उदाहरण :
নাটকৰ পৰিসমাপ্তিত নায়ক আৰু নায়িকাৰ মিলন হʼল
पर्यायवाची : মিলন, মিলা-প্রীতি, সমন্বয়
अर्थ : দুটা বা কোনো কথা হঠাৎ একে হোৱা কার্য
उदाहरण :
কি সংযোগ যে মই আপোনাক লগ পাবলৈ গৈ আছো আৰু আপুনি এইফালে আহি আছে