पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से সংসদ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

সংসদ   বিশেষ্য

अर्थ : দেশৰ শাসন সম্পর্কীয় কাম-কাজৰ সঞ্চালনা কৰা ভৱন

उदाहरण : সন্ত্রাসবাদৰ কাৰণে সংসদ ভৱনৰ সুৰক্ষা বঢ়াই দিয়া হৈছে

पर्यायवाची : সংসদ ভৱন

अर्थ : দেশৰ শাসন ব্যৱস্থাৰ সুচাৰু সম্পাদনৰ বাবে নাগৰিকৰ দ্বাৰা নি্র্বাচন কৰা প্রতিনিধিৰ সভা যি ৰাজ্য অথবা শাসন সম্বন্ধীয় কামত সহায়ৰ বাবে আইন প্রস্তুত কৰে

उदाहरण : সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হৈছে

चौपाल