पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से সংস্কাৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

সংস্কাৰ   বিশেষ্য

अर्थ : দোষ বা ত্রুটি দূৰ ্আঁ্তৰাই ভাল কৰা কার্য

उदाहरण : পাণিনিয়ে দেৱভাষাৰ পৰিশোধন কৰি তাক সংস্কৃত ৰূপ দিছিল

पर्यायवाची : সংশোধন পৰিশোধন

अर्थ : মানুহক শুদ্ধ আৰু উন্নত কৰিবৰ বাবে ধার্মিক দৃষ্টিৰে কৰা হিন্দুসকলৰ বিশিষ্ট কৃত্য

उदाहरण : হিন্দু ধর্মত ্সংস্কাৰৰ ডাঙৰ মহত্ত্ব আছে

अर्थ : কোনো বস্তুক আৰু ভাল বা অধিক উপযোগী কৰি তোলা কার্য

उदाहरण : এই কামটোত শুধৰণিৰ প্রয়োজন আছে

पर्यायवाची : শুধৰণি

अर्थ : মন, ৰুচি, আচাৰ-ব্যৱহাৰ আদিক পৰিষ্কৃত তথা উন্নত কৰা কার্য

उदाहरण : লʼৰা-ছোৱালীক ভাল সংস্কাৰ দিয়াটো সকলো মাক-দেউতাকৰে কর্তব্য

अर्थ : পূর্বজন্ম, কুল মর্যাদা, শিক্ষা, সভ্যতা আদিৰ মনত পৰা প্রভাৱ

उदाहरण : এইটো বোৱাৰীৰ সংস্কাৰেই হয় যে তেওঁ কেতিয়াও ওলোটাই উত্তৰ নিদিয়ে

चौपाल