अर्थ : সংৰক্ষণ কৰা কার্য ্বা বেয়া হোৱাৰ পৰা বচোৱা কার্য
उदाहरण :
শীতল গোদামবোৰত ফল, পাচলি আদিৰ সংৰক্ষণ কৰা হয়
अर्थ : ভৱিষ্যত আদিৰ বাবে বা আহিবলগীয়া আৱশ্যকতাৰ বাবে বেলেগে বা বচাই ৰখা
उदाहरण :
সংৰক্ষণৰ দ্বাৰা ভৱিষ্যতৰ অসুবিধাৰ পৰা বাচিব পাৰি