सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : সাহিত্যত থকা নায়িকাই নিজৰ মনৰ সকলো কথা কোৱা স্ত্রী
उदाहरण : ৰাজকুমাৰীয়ে নিজৰ সখীয়েকৰ লগত উদ্যানত বার্তালাপ কৰি আছিল
अर्थ : যিজনে সকলো কাম আৰু কথাতে ভালচিন্তা আৰু সহায়তা কৰে
उदाहरण : প্রকৃত বন্ধুৰ পৰীক্ষা বিপদৰ সময়তহে হয়
पर्यायवाची : দোস্তী, বন্ধু, বান্ধৱ, মিতা, মিত্র, সংগী, সখা, সঙ্গী
अर्थ : নাৰী বন্ধু
उदाहरण : আজি গীতাই তাইৰ বান্ধৱীক লগ কৰিবলৈ গৈছে
पर्यायवाची : বান্ধৱী
इंस्टॉल करें