पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से সঙ্কেত शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

সঙ্কেত   বিশেষ্য

अर्थ : কোনো কথা বা বিষয়ৰ অস্তিত্বৰ লক্ষণ আদিৰ বিষয়ে কোৱা তত্ত্ব, কার্য আদি

उदाहरण : কʼলীয়া ডাৱৰে আগুৰি ধৰা আকাশে বৰষুণৰ সংকেত দিয়ে

पर्यायवाची : সংকেত

अर्थ : মনৰ ভাব প্রকাশ কৰিবলৈ কৰা কোনো শাৰীৰিক চেষ্টা

उदाहरण : বধিৰসকলক সংকেতৰ জৰিয়তে কথা বুজাব লাগে

पर्यायवाची : অংগি-ভংগি, অঙ্গি-ভঙ্গি, ইংগিত, ইঙ্গিত, ইছাৰা, চিয়াৰ, টিপ, ঠাৰ, ঠাৰ-চিয়াঁৰ, ঠাৰ-চিয়াৰ, তাৰ, সংকেত

चौपाल