अर्थ : কোনো বিভাগ, সংগঠন আদিৰ অধিকাৰী যাৰ পৰামর্শ মতে সকলো কাম হয়
उदाहरण :
তেওঁৰ ্ দেউতাক মন্ত্রালয়ৰ সচিব
पर्यायवाची : চেক্রেটাৰী
अर्थ : মালিক বা কোনো সংস্থাৰ কিতাপ-পত্র বা লেখা-মেলা সম্বন্ধীয় কার্যৰ সহায়ক
उदाहरण :
মোহনক এই উপসমিতিখনৰ সম্পাদক কৰা হʼল
पर्यायवाची : সম্পাদক