सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : বিপদ-আপদলৈ মন-কাণ দি থকা
उदाहरण : কাশ্মীৰত সন্ত্রাসবাদীয়ে প্রৱেশ কৰিব পাৰে বুলি সেনাবাহিনীক ্ সতর্ক কৰি দিয়া হৈছে
पर्यायवाची : খবৰদাৰ, ততোৱাল, তলচকুৱা, সজাগৰ, সতর্ক, সাৱধান, হুঁচিয়াৰ, ্সজাগ
अर्थ : জীয়াই থকাজন বা যাৰ প্রাণ আছে
उदाहरण : জীৱিত প্রাণীৰ বংশবৃদ্ধি হয়
पर्यायवाची : চেতন, চেতনা থকা, জিন্দা, জীয়ন্তা, জীয়া, জীৱধাৰী, জীৱন্ত, জীৱিত, প্রাণ থকা, প্রাণৱন্ত, সজীৱ
इंस्टॉल करें