सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : চৰাই, জন্তু আদি ভৰাই থʼবলৈ লোহা, বাঁহ আদিৰে সজা যতন বিশেষ
उदाहरण : ভাটৌটো সজাৰ পৰা উৰি গʼল
पर्यायवाची : গঁৰ্াল, পিঁজৰা, পিঞ্জৰ, পিঞ্জৰা
अर्थ : পাৰ ৰাখিবলৈ সজা বাহ
उदाहरण : পাৰৰ বাহত পাৰবোৰে দানা খাই আছে
पर्यायवाची : পাৰ-বাহা, পাৰৰ বাহ
अर्थ : কোঠা বা বেৰ আদি তৈয়াৰ কৰা কার্য
उदाहरण : এতিয়া মিস্ত্রী আৰু শ্রমিকে দেৱাল সাজি আছে
पर्यायवाची : উঠোৱা, গঁথ্া, বনোৱা, সাজি থকা
अर्थ : কাটি-কুটি বা অন্য কোনো ধৰণে কামৰ বস্তু তৈয়াৰ কৰা
उदाहरण : তেওঁ ্মাটিৰ মূর্তি সাজি আছে
पर्यायवाची : আকাৰ দিয়া, গঢ় দিয়া, ৰূপ দিয়া
अर्थ : কোনো বস্তুৰ অস্তিত্ব বা অৱয়ব প্রদান কৰা
उदाहरण : কুমাৰে কলহ নি্র্মাণ কৰে
पर्यायवाची : তৈয়াৰ কৰা, নি্র্মাণ কৰা, বনোৱা
अर्थ : ঘৰ বা দেৱাল আদি বনোৱা
उदाहरण : ৰায়পুৰত আমাৰ দুমহলীয়া ঘৰ উঠাই আছে
पर्यायवाची : উঠোৱা, বনোৱা
इंस्टॉल करें