पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से সজোৱা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

সজোৱা   ক্ৰিয়া

अर्थ : নতুন বস্তু বা কথা সংযোগ কৰি সুন্দৰ কৰি ৰখা কার্য

उदाहरण : নতুন বোৱাৰীজনীয়ে ঘৰখন ধুনীয়াকৈ সজাই থৈছে

पर्यायवाची : অলংকৃত কৰা, অলঙ্কৃত কৰা, সজ্জিত কৰা

अर्थ : সঠিক ক্রমেৰে উচিত ঠাইত দেখিলেই ভাল লগাকৈ থোৱা অৱস্থা

उदाहरण : দোকানীয়ে দোকানত বস্তুবোৰ সজাইছে

पर्यायवाची : ব্যৱস্থিত কৰা, লগোৱা

अर्थ : আহাৰ সন্মুখত ৰখা

उदाहरण : তেওঁ লʼৰা-ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ আহাৰ পৰিৱেশন কৰিলে

पर्यायवाची : পৰিৱেশন কৰা

अर्थ : * গুণ বা লক্ষণেৰে যুক্ত কৰা অথবা কাৰোবাক নিশ্চিত গুণ দিয়া

उदाहरण : মোক মূর্খ ্ সজাব নালাগে এই কথাটোকে ডাঙৰ কৰিব নালাগে

पर्यायवाची : কৰা, বনোৱা

चौपाल