अर्थ : নতুন বস্তু বা কথা সংযোগ কৰি সুন্দৰ কৰি ৰখা কার্য
उदाहरण :
নতুন বোৱাৰীজনীয়ে ঘৰখন ধুনীয়াকৈ সজাই থৈছে
पर्यायवाची : অলংকৃত কৰা, অলঙ্কৃত কৰা, সজ্জিত কৰা
अर्थ : সঠিক ক্রমেৰে উচিত ঠাইত দেখিলেই ভাল লগাকৈ থোৱা অৱস্থা
उदाहरण :
দোকানীয়ে দোকানত বস্তুবোৰ সজাইছে
पर्यायवाची : ব্যৱস্থিত কৰা, লগোৱা
अर्थ : আহাৰ সন্মুখত ৰখা
उदाहरण :
তেওঁ লʼৰা-ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ আহাৰ পৰিৱেশন কৰিলে
पर्यायवाची : পৰিৱেশন কৰা