पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से সজ্জন शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

সজ্জন   বিশেষ্য

अर्थ : চুৰি বা ছল-কপট নকৰা ব্যক্তি

उदाहरण : আমি যাক সজ্জন বুলি ভাবিছিলো, তেওঁ বহুত ্ডাঙৰ চোৰ ওলালে

अर्थ : যিজন ব্যক্তিয়ে সকলোৰে লগত ভাল, মৰমলগা আৰু উচিত ব্যৱহাৰ কৰে

उदाहरण : সৎ লোকৰ আদৰ কৰা

पर्यायवाची : ভাল মানুহ, সুজন, সৎপুৰুষ, সৎলোক

সজ্জন   বিশেষণ

अर्थ : যি সকলোৰে লগত ভাল, উচিত আৰু প্রিয় ব্যৱহাৰ কৰে

उदाहरण : সজ্জন লোকে যিকোনো পৰিস্থিতিত আনৰ ভাল চিন্তা কৰে

पर्यायवाची : ভাল, সাধু, সুজন, সৎ

चौपाल