अर्थ : এনে যোগাৰ বা ব্যৱস্থা কৰা কার্য যʼত কোনো কাম চলি বা হৈ থাকে
उदाहरण :
এই সংস্থাৰ বৰ ভালদৰে সঞ্চালন হৈ আছে
अर्थ : গতি প্রদান কৰা বা চলোৱা কার্য
उदाहरण :
বিদ্যুতৰ দ্বাৰা ডাঙৰ-ডাঙৰ মেচিনৰ সঞ্চালন সহজে কৰিব পাৰি