अर्थ : নিজৰ কোনো ডাঙৰ বা কঠিন উদ্দেশ্য সিদ্ধিৰ বাবে মানুহক নিজৰ শক্তিৰে অত্যন্ত ভয়-ভীত খুৱাই ৰাখি কৰা সিদ্ধান্ত
उदाहरण :
পাকিস্তানে কাশ্মীৰত সন্ত্রাসবাদৰ সৃষ্টি কৰিছে
पर्यायवाची : আতংক, আতংকবাদ, সন্ত্রাসবাদ
अर्थ : মানুহৰ মাজত ভয়ৰ সৃষ্টি হোৱা বা হাড়লৈকে কঁপি উঠা ভয়
उदाहरण :
গুলি চলাৰ লগে লগে বজাৰত আতংকৰ সৃষ্টি হʼল
पर्यायवाची : আতংক
अर्थ : বহুত কঠোৰ ব্যৱহাৰ, অত্যাচাৰ, প্রকোপ আদিৰ কাৰণে মনত উৎপন্ন হোৱা ভয়
उदाहरण :
কাশ্মীৰত উগ্রপন্থীৰ সন্ত্রাস বিয়পি আছে
पर्यायवाची : আতংক