सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : এইটো এনেকুৱাই হয় বা নহয় বুলি কোনো বিষয়ত কৰা ধাৰণা
उदाहरण : মোৰ ৰামৰ কথাৰ ওপৰত সন্দেহ আছে
पर्यायवाची : আশংকা, শংকা, শঙ্কা, সংশয়
अर्थ : সম্পূর্ণৰূপে নিশ্চিত হʼব নোৱাৰা জ্ঞান
उदाहरण : মোৰ তেওঁৰ ্কথাত সঁ্চাকৈয়ে সন্দেহ আছে
पर्यायवाची : শংকা, শঙ্কা, সংশয়
अर्थ : বিশ্বাস নোহোৱা অৱস্থা বা ভাব
उदाहरण : মানুহৰ প্রতি কৰা অবিশ্বাসেই ঔৰংজেৱৰ পতনৰ সকলোতকৈ ডাঙৰ কাৰণ আছিল
पर्यायवाची : অপ্রতীতি, অপ্রত্যয়, অবিশ্বাস, বিশ্বাসহীনতা, সন্ধিগ্ধতা
इंस्टॉल करें