पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से সন্ধিয়া शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

সন্ধিয়া   বিশেষ্য

अर्थ : দিন আৰু ৰাতিৰ সন্ধিক্ষণ, যি সময়ত গৰু-গাই চৰি ঘূৰি আহোঁতে পথত ধূলি উৰে

उदाहरण : তেওঁ গধূলিতে ঘৰৰ পৰা ওলাল

पर्यायवाची : গধূলা, গধূলি, গধূলি-বেলিকা, গধূলিবেলা, দিনান্ত, মগৰীব, সন্ধ্যা, সন্ধ্যাবেলা, সাঁজ, সায়াহ্ন

अर्थ : দিনৰ শেষ হোৱা আৰু ৰাতিৰ আৰম্ভ হোৱা সময়ছোৱা

उदाहरण : সন্ধিয়া হোৱাৰ লগে-লগে তেওঁ ঘৰৰ ্ পৰা ওলাল

पर्यायवाची : গধূলি, সন্ধ্যা

चौपाल