सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো বস্তু পচন্দ কৰা বা ভাল বুলি অনুভৱ কৰা কার্য ্বা ভাব
उदाहरण : তেওঁৰ সন্মতিত আমি সন্তুষ্ট হৈছোঁ
पर्यायवाची : অনুমোদন, স্বীকৃতি
अर्थ : ওঁ বুলি কোৱা কার্য
उदाहरण : দেউতাই সন্মতি দিলেহে মই এইটো কাম কৰিম
पर्यायवाची : হয়ভৰ
अर्थ : সহমত প্রকাশ কৰা ভাব বা কার্য
उदाहरण : তেওঁলোক দুয়োজনে সন্মতি জনাইছে
पर्यायवाची : ্মান্তি, ্সমর্থন, ৰাজি, ৰাজী
अर्थ : বিশেষ অৱস্থাত কাম কৰিবলৈ অথবা কর্তব্য বা দায়িত্ব পূৰণ কৰিবলৈ কাৰোবাক দিয়া অনুমতি
उदाहरण : পৰীক্ষাত কেলকুলেটৰ ব্যৱহাৰৰ সুযোগ দিয়া হৈছে
पर्यायवाची : অনুজ্ঞা দান, মঞ্জুৰি, সুযোগ
इंस्टॉल करें