अर्थ : যাৰ সন্মান কৰা হʼল
उदाहरण :
সন্মানিত সন্ত সকলক উপহাৰ দিয়াৰ পিছত বিদায় দিয়া হʼল
पर्यायवाची : আদৃত
अर्थ : যি প্রতিষ্ঠা লাভ কৰিছে
उदाहरण :
পণ্ডিত মহেশ নিজৰ ক্ষেত্রত এজন প্রতিষ্ঠিত ব্যক্তি
पर्यायवाची : অগ্রগনীয়, গণ্যমান্য, নাম থকা-, প্রতিষ্ঠিত, মাননীয়, মান্য, সম্ভ্রান্ত
अर्थ : যাক সন্মান কৰা হৈছে
उदाहरण :
সভাৰ অধ্যক্ষই সভাত উপস্থিত সকলো বিদ্বানকে ফুলৰ থোপাৰে সন্মানিত কৰিলে
पर्यायवाची : সম্মানিত