सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো গুৰুত্বপূর্ণ বিষয়ৰ আলোচনা কৰিবলৈ আযোজন কৰা অনুষ্ঠান:কৃষকৰ ৰাষ্ট্রীয় সভাত কৃষকসকলৰ সমস্যা সম্পর্কে বিতং আলোচনা কৰা হʼল
उदाहरण :
पर्यायवाची : অধিৱেশন, কনফাৰেন্স, বৈঠক, মিটিং, মেল-মিটিং, সন্মিলনী, সভা
अर्थ : কোনো বিশেষ উদ্দেশ্যৰে বা কোনো বিশেষ বিষয়ত আলোচনা কৰিবৰ কাৰণে একত্রিত হোৱা মানৱ সমাজ
उदाहरण : সন্মিলনত বহুতো বিদ্বান লোকে অংশ গ্রহণ কৰিছিল
पर्यायवाची : সম্মিলন
इंस्टॉल करें