अर्थ : ফুলৰ কাৰণে বিশেষভাৱে প্রসিদ্ধ উদ্ভিদ
उदाहरण :
চম্পা, তগৰ আদি সপুষ্পক উদ্ভিদ
पर्यायवाची : ফুলযুক্ত উদ্ভিদ
अर्थ : ফুলৰ কাৰণে প্রসিদ্ধ উদ্ভিদ বিশেষ
उदाहरण :
বাগিছাত বহুত ধুনীয়া ধুনীয়া সপুষ্পক উদ্ভিদ আছিল
पर्यायवाची : ফুলযুক্ত