सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : শীল আৰু সজ্জন হোৱা ভাব
उदाहरण : সকলোৰে সৈতে শিষ্টতাপূর্ণ ব্যৱহাৰ কৰিব লাগে
पर्यायवाची : ভদ্রতা, শালীনতা, শিষ্টতা, সজ্জনতা
अर्थ : যি কথা বা কামে কোনো জাতি বা ৰাষ্ট্রক উন্নত, শিক্ষিত আৰু সৌজন্যমূলক হিচাপে সূচায়
उदाहरण : হৰপ্পা আৰু মহেঞ্জোদাৰো ভাৰতৰ প্রাচীন সভ্যতাৰ উৎকৃষ্ট নি্দর্শন
अर्थ : সদস্য হোৱা অৱস্থা বা ভাব
उदाहरण : শীতলে ছাত্র পৰিষদৰ সভ্যতা গ্রহণ কৰিলে
पर्यायवाची : সদস্যতা
इंस्टॉल करें