सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : আকাৰ, পৰিমাণ, গুণ, মূল্য, মহত্ব আদিৰ ক্ষেত্রত একে বুজোৱা:এক টকা এশ পইচাৰ সমান, আপুনি মোৰ দেউতাৰ নিচিনা
उदाहरण :
पर्यायवाची : দৰে, নিচিনা, যেন, লেখিয়া, লেখীয়া
अर्थ : যি দেখিবলৈ একেধৰণৰ:এই দুইটা পুতলা দেখিবলৈ একে
पर्यायवाची : অনুৰূপ, অবিকল, একে, তদ্রূপ, তুল্য, প্রতিম, সংকাশ, সদৃশ, সন্মিত, সমতুল, সমতুল্য, সমৰূপী, সাইলাখ, হুবহু
इंस्टॉल करें