पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से সমাৰম্ভ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

সমাৰম্ভ   বিশেষ্য

अर्थ : কোনো কাম, কথা আদিৰ আৰম্ভণী হোৱা বা কৰা কার্য

उदाहरण : আহক এই নতুন কামটোৰ আৰম্ভ কৰোঁ

पर्यायवाची : আৰম্ভ, আৰম্ভণ, আৰম্ভণি, উপক্রম, ছৰু, প্রাৰম্ভ, শুভাৰম্ভ, শুভাৰম্ভণ, শুৰু, সূচনা, সূত্রপাত

সমাৰম্ভ   ক্ৰিয়া

अर्थ : কোনো কার্য আদিৰ শুভাৰম্ভণ হোৱা

उदाहरण : আমাৰ অঞ্চলত এখন নতুন আঁচনি আৰম্ভ হৈছে

पर्यायवाची : আৰম্ভ হোৱা, আৰম্ভণি হোৱা, শুৰু হোৱা

चौपाल