सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : একে ঠাইতে উপস্থিত বা এটাতকৈ অধিকভাৱে থকা মানুহ, পশু আদিৰ গোট বা শ্রেণী বিশেষ
उदाहरण : খেতিডৰা পশুৰ জাকে আহি খাস্তাং কৰি থৈ গʼল
पर्यायवाची : জাক, পাল, সমুদায়
अर्थ : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ
उदाहरण : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে
पर्यायवाची : গণ, গোট, জাক, জুম, দʼম, দল, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি
अर्थ : একে ধৰণৰ বহুত বস্তুৰ কিছুমান ওখ সমষ্টি
उदाहरण : ৰাম আৰু শ্যামৰ মাজত শস্যৰ দʼমৰ ভাগ-বাটোৱাৰা হʼল
पर्यायवाची : গোট, দʼম, সমষ্টি, ৰাশি
इंस्टॉल करें