पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से সম্পূর্ণ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

সম্পূর্ণ   বিশেষ্য

अर्थ : সমাপ্ত হোৱাৰ ভাব বা কার্য

उदाहरण : মহাত্মা গান্ধীৰ দেহাৱসানৰ লগে লগে এটা যুগৰ অন্ত পৰিল

पर्यायवाची : অন্ত, অৱধি, অৱসান, ইতি, উপসংহাৰ, ওৰ, খতম, নিঃশেষ, নিষ্পত্তি, নিষ্পাদন, পতন, পৰিসমাপ্তি, যতি, যৱনিকা, শেষ, শেহ, শেহান্তৰ, সমাধা, সমাপন, সমাপ্তি, সাং

সম্পূর্ণ   ক্ৰিয়া বিশেষণ

अर्थ : সম্পূর্ণ ৰূপত

उदाहरण : এই কথাটো সম্পূর্ণ মিছা তেওঁ ্ৰাস্তাটোৰ একদম সোঁমাজত থিয় হৈ আছিল

पर्यायवाची : একদম, একেবাৰে

সম্পূর্ণ   বিশেষণ

अर्थ : যি ্ সর্বতোপ্রকাৰে পূর্ণ ্ বা ভৰি থকা

उदाहरण : লালাজীৰ ঘৰ ধন-ধানেৰে পৰিপূর্ণ

पर्यायवाची : খুন্দখাই থকা-, ঠাহখাই থকা-, পূর্ণ, পৰিপূর্ণ, ভর্তি, ভৰপূৰ

अर्थ : কোনো অৱশিষ্ট নথকা

उदाहरण : মই কৰা কামটো এতিয়া শেষ হʼল

पर्यायवाची : খতম, নিষ্পন্ন, নিষ্পাদিত, পূর্ণ, পৰিসমাপ্ত, শেষ, সমাপন্ন, সমাপিত, সমাপ্ত, সম্পন্ন, সম্পাদিত, ্পূৰ

अर्थ : আৰম্ভণিৰ পৰা শেষলৈকে

उदाहरण : তেওঁ এই ্ঘটনাটোৰ সম্পূর্ণ বর্ণ্্না পুলিচৰ আগত দাঙি ধৰিলে

पर्यायवाची : আদ্যোপান্ত

अर्थ : কোনো অংশ বা খণ্ডৰ গোটেইখিনি

उदाहरण : বেঙেনাৰ আঞ্জা বনাবৰ কাৰণে সেইখিনি প্রথমে সম্পূর্ণকৈ ভাজিব লাগে

पर्यायवाची : পূৰা

अर्थ : যিমান আছে সকলোখিনি

उदाहरण : এই গাঁওখনৰ মুঠ বাসিন্দা কিমান ?

पर्यायवाची : মুঠ, সকলো, সমগ্র, সমস্ত, সমুদায়, সর্বমুঠ

अर्थ : যʼত একো কম হৈ থকা নাই

उदाहरण : তেওঁ নিজৰ বন্ধুক সৈমান কৰিবলৈ সম্পূর্ণ ্চেষ্টা কৰিলে

चौपाल