पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से সম্রাট शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

সম্রাট   বিশেষ্য

अर्थ : যিজন ডাঙৰ ৰজাৰ অধীনত বিভিন্ন ৰজা আৰু ৰাজ্য থাকে:আকবৰ এজন দয়ালু সম্রাট আছিল

उदाहरण :

पर्यायवाची : নৃপবৰ, নৃপমণি, শাহানশাহ, ৰাজ-ৰাজেশ্বৰ, ৰাজশেখৰ, ৰাজাধিৰাজ, ৰাজেন্দ্র

अर्थ : * কোনো বিশেষ খেলৰ ক্ষেত্রত শী্র্ষত ্ বা সকলোতকৈ ওপৰত থকা খেলুৱৈ

उदाहरण : ফেডাৰাৰ টেনিচৰ সম্রাট চানিয়াও কেতিয়াবা টেনিচৰ ৰাণী হৈ যাব পাৰে

पर्यायवाची : ওজা, বাদশ্বাহ, মহাৰজা, মহাৰাণী, সম্রাজ্ঞী, ৰজা, ৰাণী

चौपाल