सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যিয়ে কোনো কামত সকলো ধৰণৰ অধিকাৰ লাভ কৰে
उदाहरण : এই অনুষ্ঠানটোৰ সর্বেসর্বা হʼল মহাজন মোহনদাস, কিয়নো তেওঁৰ ্ চোৱা-চিতাতেই এই কামটো হৈ উঠিছে
पर्यायवाची : হর্তা-কর্তা
अर्थ : কোনো ঘৰ, দল বা সমাজ আদিৰ মুখ্য ব্যক্তি
उदाहरण : অটল বিহাৰী বাজপেয়ী বিজেপিৰ প্রধান আছিল
पर्यायवाची : অধিকাৰী, অধিপতি, গুৰি ধৰোতা, প্রধান, মুখিয়াল, মুৰব্বী
इंस्टॉल करें