सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যি সকলোতকৈ ওপৰত থাকে
उदाहरण : আমাৰ কাৰণে মানৱতাই সর্বোচ্চ ধর্ম
अर्थ : সকলোতকৈ ওখ
उदाहरण : এভাৰেষ্ট বিশ্বৰ সর্বোচ্চ শিখৰ
अर्थ : সকলোতকৈ অধিক বা অধিকৰ ভিতৰত যিমান অধিক হʼব পাৰে
उदाहरण : আজিৰ সর্বোচ্চ তাপমাত্রা চল্লিশ ডিগ্রী ছেলছিয়াচ
पर्यायवाची : অধিকতম, সর্বাধিক
इंस्टॉल करें