सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : সামান্য বা সাধাৰণ হোৱাৰ ভাব বা অৱস্থা
उदाहरण : চাৰিত্রিক সৰলতা ডাঙৰ-ডাঙৰ বিদ্বানৰ এক গুণ
पर्यायवाची : অমায়িকতা, ঋজুতা, সামান্যতা, সৰলতা
अर्थ : স্বাভাৱিক হোৱা অৱস্থা
उदाहरण : মীৰাৰ বিৰহ গীতত সমকালীন কবিসকলৰ তুলনাত স্বাভাৱিকতা অধিক বিচাৰি পোৱা যায়
पर्यायवाची : অকৃত্রিমতা, স্বাভাৱিকতা
अर्थ : সহজ হোৱা অৱস্থা বা ভাব
उदाहरण : মোৰ কাৰণে যি কাম কঠিন আছিল অৰুণাই তাক সহজতে কৰি দিলে
पर्यायवाची : ঋজুতা, সহজ, সৰলতা
इंस्टॉल करें