पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से সহা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

সহা   ক্ৰিয়া

अर्थ : ভাল নোপোৱা কোনো বস্তু, ব্যক্তি বা পৰিস্থিতিক নিবিচৰা স্বত্বেও স্বীকাৰ কৰি লোৱা:বিয়াৰ পিছত শীলাই বহুত দিনলৈকে শহুৰেকৰ ঘৰৰ অত্যাচাৰ সহ্য কৰি থাকিল নিজৰ ভনীয়েকৰ কাৰণেই তেওঁ সকলো অপমান মানি লʼলে

उदाहरण :

पर्यायवाची : মানা, মানি লোৱা, সহ্য কৰা

अर्थ : হৈ থকা অপৰাধৰ বিৰুদ্ধে একো নোকোৱা

उदाहरण : ইংৰাজৰ শাসনকালত ভাৰতবাসীয়ে বহুত সহ্য কৰিছিল

पर्यायवाची : সহ্য কৰা

चौपाल