सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ভাল নোপোৱা কোনো বস্তু, ব্যক্তি বা পৰিস্থিতিক নিবিচৰা স্বত্বেও স্বীকাৰ কৰি লোৱা:বিয়াৰ পিছত শীলাই বহুত দিনলৈকে শহুৰেকৰ ঘৰৰ অত্যাচাৰ সহ্য কৰি থাকিল নিজৰ ভনীয়েকৰ কাৰণেই তেওঁ সকলো অপমান মানি লʼলে
उदाहरण :
पर्यायवाची : মানা, মানি লোৱা, সহ্য কৰা
अर्थ : হৈ থকা অপৰাধৰ বিৰুদ্ধে একো নোকোৱা
उदाहरण : ইংৰাজৰ শাসনকালত ভাৰতবাসীয়ে বহুত সহ্য কৰিছিল
पर्यायवाची : সহ্য কৰা
इंस्टॉल करें