अर्थ : অনুকম্পা বা দয়া কৰা কার্য
उदाहरण :
সকলোৰে প্রতি সহানুভূতি ্প্রদর্শন ্কৰাই আমাৰ ধর্ম
पर्यायवाची : অনুকম্পা
अर्थ : কাৰোবাৰ দুখ দেখি ্ তেওঁৰ দুখত দুখী হোৱা অৱস্থা বা ভাব
उदाहरण :
সাধুলোক সদায় আনৰ প্রতি সহানুভূতিশীল
पर्यायवाची : সমবেদনা