सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : দিন আৰু ৰাতিৰ সন্ধিক্ষণ, যি সময়ত গৰু-গাই চৰি ঘূৰি আহোঁতে পথত ধূলি উৰে
उदाहरण : তেওঁ গধূলিতে ঘৰৰ পৰা ওলাল
पर्यायवाची : গধূলা, গধূলি, গধূলি-বেলিকা, গধূলিবেলা, দিনান্ত, মগৰীব, সন্ধিয়া, সন্ধ্যা, সন্ধ্যাবেলা, সায়াহ্ন
इंस्टॉल करें