अर्थ : উপৰুৱাকৈ কৰা শৃংগাৰ
उदाहरण :
শীলাই কʼৰবালৈ যোৱাৰ আগতে ঘণ্টা ধৰি সাজন-কাচন কৰে
पर्यायवाची : সাজন-কাচন
अर्थ : সাজ-সজ্জা কৰা বা সজ্জিত হোৱা কার্য
उदाहरण :
বেছিভাগ মহিলাই সাজোন-কাচোন কৰিহে ঘৰৰ পৰা বাহিৰলৈ ওলায় মোৰ সাজোন-কাচোন কৰি ভাল নালাগে
पर्यायवाची : সাজ-সজ্জা
अर्थ : যি সাজ-সজ্জা কৰিছে
उदाहरण :
সমাৰোহলৈ উপস্থিত প্রত্যেক ব্যক্তিয়ে সাজোন-কাচোন কৰি আহিছিল