पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से সাধন शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

সাধন   বিশেষ্য

अर्थ : কার্য আৰম্ভ কৰি সিদ্ধ বা সম্পূর্ণ ্কৰা কার্য

उदाहरण : তেওঁ ্যোগৰ দ্বাৰা স্বাস্থ্য সাধনত নিপুনতা লাভ কৰিলে

अर्थ : যাৰ সহায়ত কোনো কাম সমাধা কৰা হয়

उदाहरण : কুঠাৰ এবিধ সাধাৰণ সঁজুলি

पर्यायवाची : উপকৰণ, যতন, সঁজুলি, হাতিয়াৰ, হাথিয়াৰ

अर्थ : যাৰ দ্বাৰা বা যাৰ সহায়ত কোনো কাম আদি সিদ্ধি হয়

उदाहरण : বাহন ভ্রমণৰ এক মাধ্যম

पर्यायवाची : মাধ্যম

अर्थ : কোনো বস্তু সাজিবলৈ বা কোনো কামত ব্যৱহৃত বস্তু

उदाहरण : তেওঁ ্ বজাৰৰ পৰা নিজৰ লʼৰা-ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ খেলা সামগ্রী কিনিলে

पर्यायवाची : উপকৰণ, সামগ্রী

चौपाल