पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से সাধু शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

সাধু   বিশেষ্য

अर्थ : জনসাধাৰণ বিশেষকৈ গ্রাম্যলোকৰ মাজত প্রচলিত গাথা বা কাহিনী

उदाहरण : সৰুতে আইতাৰ পৰা সাধু শুনিবলৈ খুউব জোৰ কৰিছিলো

पर्यायवाची : গল্প, লোক কথা, লোক কাহিনী, লোককথা

अर्थ : সংসাৰিকতাৰ পৰা আঁতৰি থকি ধার্মিক জীৱন কটোৱা পুৰুষ

उदाहरण : সাধুৰ জীৱন পৰোপকাৰতেই পাৰ হয়

पर्यायवाची : মহাত্মা, সন্ত

अर्थ : সন্ন্যাস আশ্রমত থকা বা তাৰ নিয়ম পালন কৰা ব্যক্তি

उदाहरण : চিত্রকূটত মই এজন ডাঙৰ সন্ন্যাসীক লগ পালো

पर्यायवाची : বৈৰাগী, সন্ত, সন্ন্যাসী

সাধু   বিশেষণ

अर्थ : মনত কোনো বেয়া ভাব বা কপটতা নৰখা

उदाहरण : গুণী ব্যক্তিয়ে সকলোতে সন্মান লাভ কৰে

पर्यायवाची : অকপটীয়া, ঋজু, গুণী, যোগ্য, সজ, সত্যাচাৰী, সদাচাৰী, ৰিজু

अर्थ : যি সকলোৰে লগত ভাল, উচিত আৰু প্রিয় ব্যৱহাৰ কৰে

उदाहरण : সজ্জন লোকে যিকোনো পৰিস্থিতিত আনৰ ভাল চিন্তা কৰে

पर्यायवाची : ভাল, সজ্জন, সুজন, সৎ

चौपाल