अर्थ : কাৰোবাক দুই বাহুৰে মেৰাই ধৰা কার্য
उदाहरण :
জীয়েকে প্রণাম কৰোতেই দেউতাকে তাইক আঁকোৱালি লʼলে
पर्यायवाची : আঁকোৱালি লোৱা, আলিংগন কৰা, আলিঙ্গন কৰা, গবামাৰি ধৰা
अर्थ : দুটা বস্তু এক কৰিবলৈ পৰস্পৰৰ পিঠি বা তল লগ লগোৱা
उदाहरण :
শিশুটোৱে ভয় খাই মাকৰ কোলাত লিপিট খাই ধৰিলে শল্য চিকিৎসাৰ দ্বাৰা তেওঁৰ ্ কটা আঙুলিটো লগ লাগিল
पर्यायवाची : আঠা লগা, লগ লগা, লাগি ধৰা, লিপিট খোৱা